Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

আল-বুৰূজ

Интенциите на ова поглавје/сура:
بيان قوة الله وإحاطته الشاملة، ونصرته لأوليائه، والبطش بأعدائه.
আল্লাহৰ শক্তি-সামৰ্থৰ বৰ্ণনা, লগতে এই কথা বৰ্ণনা কৰা হৈছে যে, তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাও উল্লেখ কৰা হৈছে যে, তেওঁ তেওঁৰ প্ৰিয় লোকসকলক সহায় কৰে, কিন্তু শত্ৰুসকলৰ প্ৰতি তেওঁ অতি কঠোৰ। info

external-link copy
1 : 85

وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ۟ۙ

আল্লাহ তাআলাই আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য, চন্দ্ৰ আদিৰ স্তৰসমূহ আছে। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়। info

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়। info

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়। info