Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (1) അദ്ധ്യായം: ബുറൂജ്

আল-বুৰূজ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
بيان قوة الله وإحاطته الشاملة، ونصرته لأوليائه، والبطش بأعدائه.
আল্লাহৰ শক্তি-সামৰ্থৰ বৰ্ণনা, লগতে এই কথা বৰ্ণনা কৰা হৈছে যে, তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাও উল্লেখ কৰা হৈছে যে, তেওঁ তেওঁৰ প্ৰিয় লোকসকলক সহায় কৰে, কিন্তু শত্ৰুসকলৰ প্ৰতি তেওঁ অতি কঠোৰ।

وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ۟ۙ
আল্লাহ তাআলাই আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য, চন্দ্ৰ আদিৰ স্তৰসমূহ আছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়।

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়।

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়।

 
പരിഭാഷ ആയത്ത്: (1) അദ്ധ്യായം: ബുറൂജ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക