Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (180) അദ്ധ്യായം: ബഖറഃ
كُتِبَ عَلَیْكُمْ اِذَا حَضَرَ اَحَدَكُمُ الْمَوْتُ اِنْ تَرَكَ خَیْرَا ۖۚ— ١لْوَصِیَّةُ لِلْوَالِدَیْنِ وَالْاَقْرَبِیْنَ بِالْمَعْرُوْفِ ۚ— حَقًّا عَلَی الْمُتَّقِیْنَ ۟ؕ
যেতিয়া তোমালোকৰ কাৰোবাৰ মৃ্ত্যুৰ লক্ষণ তথা কাৰণ দেখা দিয়ে আৰু যদি তাৰ বহুত সম্পত্তি থাকে তেন্তে তাৰ ওপৰত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বাবে চৰীয়ত অনুযায়ী অৰ্থাৎ এক তৃতীয়াংশ সম্পদ অছিয়ত কৰা জৰুৰী। এয়া এক অনিবাৰ্য কৰ্ম, সেইসকল লোকৰ বাবে যিসকলে আল্লাহক ভয় কৰে। জানি থোৱা উচিত যে, এই আদেশ মিৰাছ (উত্তৰাধিকাৰী) সম্পৰ্কীয় আয়াত অৱতীৰ্ণ হোৱাৰ পূৰ্বৰ আদেশ। কিন্তু মিৰাছৰ আয়াত অৱতীৰ্ণ হোৱাৰ পিছত এই কথা স্পষ্ট হৈছে যে, মৃত ব্যক্তিৰ ওৱাৰিছ কোন কোন হব আৰু কিমান অংশ পাব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• البِرُّ الذي يحبه الله يكون بتحقيق الإيمان والعمل الصالح، وأما التمسك بالمظاهر فقط فلا يكفي عنده تعالى.
সত্কৰ্ম যিটোক আল্লাহে ভাল পায়, সেইটো প্ৰকৃত ঈমান আৰু সত্কৰ্মৰ দ্বাৰাহে অৰ্জন হয়। কেৱল বাহ্যিক বস্তু ধাৰণ কৰাটোৱে আল্লাহৰ ওচৰত যথেষ্ট নহয়।

• من أعظم ما يحفظ الأنفس، ويمنع من التعدي والظلم؛ تطبيق مبدأ القصاص الذي شرعه الله في النفس وما دونها.
প্ৰাণ সংৰক্ষণ আৰু অন্যায়-অত্যাচাৰ নিবাৰণ কৰাৰ প্ৰমূখ কাৰণসমূহৰ পৰা এটা হৈছে কিচাচৰ নিয়ম জাৰি কৰা। যিটোক আল্লাহে প্ৰাণ তথা তাতোকৈ নিম্নমানৰ ক্ষতিৰ বাবে জাৰি কৰাৰ আদেশ দিছে।

• عِظَمُ شأن الوصية، ولا سيما لمن كان عنده شيء يُوصي به، وإثمُ من غيَّر في وصية الميت وبدَّل ما فيها.
ইয়াত অছীয়তৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ সেই ব্যক্তিৰ বাবে যাৰ ওচৰত অছীয়ত কৰিব পৰা কোনো সম্পদ আছে। লগতে মৃত ব্যক্তিৰ অছীয়ত পৰিবৰ্তন কৰাৰ ভয়াৱহতা বৰ্ণনা কৰা হৈছে।

 
പരിഭാഷ ആയത്ത്: (180) അദ്ധ്യായം: ബഖറഃ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക