വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
9 : 22

ثَانِیَ عِطْفِهٖ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ ؕ— لَهٗ فِی الدُّنْیَا خِزْیٌ وَّنُذِیْقُهٗ یَوْمَ الْقِیٰمَةِ عَذَابَ الْحَرِیْقِ ۟

এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে অহংকাৰত ঘাৰ ঘূৰায়। যাতে মানুহক ঈমান পোষণৰ পৰা বিৰত ৰাখিব পাৰে আৰু আল্লাহৰ দ্বীনত প্ৰৱেশ কৰাত বাধা দিব পাৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিৰ বাবে পৃথিৱীত আছে অপমানজনক শাস্তি আৰু আখিৰাতত আমি তাক জাহান্নামৰ শাস্তি ভোগ কৰাম। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• أسباب الهداية إما علم يوصل به إلى الحق، أو هادٍ يدلهم إليه، أو كتاب يوثق به يهديهم إليه.
হিদায়ত লাভ হয় জ্ঞানৰ জৰিয়তে, অথবা পথপ্ৰদৰ্শকৰ জৰিয়তে নাইবা নিৰ্ভৰযোগ্য কোনো গ্ৰন্থৰ জৰিয়তে। এইবোৰে মানুহক সত্যৰ দৰ্শন কৰায়। info

• الكبر خُلُق يمنع من التوفيق للحق.
অহংকাৰে মানুহক সত্যৰ তাওফীকৰ পৰা বঞ্চিত কৰি দিয়ে। info

• من عدل الله أنه لا يعاقب إلا على ذنب.
এয়া আল্লাহৰ ন্যায় যে, তেওঁ অপৰাধ নোহোৱাকৈ কাকো শাস্তি নিদিয়ে। info

• الله ناصرٌ نبيَّه ودينه ولو كره الكافرون.
আল্লাহে তেওঁৰ নবীক আৰু ধৰ্মক সহায় কৰে আৰু কৰিব, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়। info