Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (106) അദ്ധ്യായം: മുഅ്മിനൂൻ
قَالُوْا رَبَّنَا غَلَبَتْ عَلَیْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَآلِّیْنَ ۟
সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ দুৰ্ভাগ্যই আমাক পৰাজিত কৰিছিল, যিটো বিষয় তুমি আগৰ পৰাই অৱগত। আৰু আমি আছিলোঁ সত্যৰ পৰা আঁতৰি থকা এটা পথভ্ৰষ্ট সম্প্ৰদায়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكافر حقير مهان عند الله.
কাফিৰ আল্লাহৰ দৃষ্টি অতি নিকৃষ্ট তথা লাঞ্ছিত।

• الاستهزاء بالصالحين ذنب عظيم يستحق صاحبه العذاب.
পূণ্যৱান লোকসকলৰ উপহাস কৰা তথা বিদ্ৰুপ কৰাটো হৈছে মহাপাপ। এনেকুৱা ব্যক্তি শাস্তিৰ উপযুক্ত।

• تضييع العمر لازم من لوازم الكفر.
কুফৰে মানুহৰ আয়ু বিনষ্ট কৰে।

• الثناء على الله مظهر من مظاهر الأدب في الدعاء.
আল্লাহৰ প্ৰশংসা কৰাটো দুআ কৰাৰ এটা অন্যতম শিষ্টাচাৰ।

• لما افتتح الله سبحانه السورة بذكر صفات فلاح المؤمنين ناسب أن تختم السورة بذكر خسارة الكافرين وعدم فلاحهم.
যিহেতু আল্লাহে এই ছুৰাটো আৰম্ভ কৰিছে মুমিনসকলৰ সফলতাৰ বৈশিষ্ট্যসমূহৰ জৰিয়তে, সেয়ে কাফিৰসকলৰ ক্ষতিগ্ৰস্ততা আৰু ব্যৰ্থতাৰ বৰ্ণনাৰে এই ছুৰা শেষ কৰাটো হৈছে যথোপযুক্ত।

 
പരിഭാഷ ആയത്ത്: (106) അദ്ധ്യായം: മുഅ്മിനൂൻ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക