വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
156 : 26

وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابُ یَوْمٍ عَظِیْمٍ ۟

লগতে জানি থোৱা, ইয়াক হত্যা অথবা আঘাত কৰা আদি বেয়া উদ্দেশ্যেৰে কেতিয়াও স্পৰ্শ নকৰিবা, অন্যথা ইয়াৰ ফলত আল্লাহৰ এনেকুৱা শাস্তিয়ে তোমালোকক কৰায়ত্ত্ব কৰিব, যি শাস্তিয়ে তোমালোকক বিনাশ কৰিব। সেইদিনটো হ’ব এটা ভয়াৱহ দিন, যিদিনা তোমালোকৰ ওপৰত ঘোৰ প্ৰকোপ অৱতীৰ্ণ হ’ব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info