വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
67 : 28

فَاَمَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ صَالِحًا فَعَسٰۤی اَنْ یَّكُوْنَ مِنَ الْمُفْلِحِیْنَ ۟

কিন্তু এই মুশ্বৰিকসকলৰ মাজৰ যিসকলে নিজৰ কুফৰীৰ পৰা তাওবা কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তথা সৎকৰ্ম কৰিব তেন্তে আশা কৰা যায় সি উদ্দেশ্যত সফল হৈ সাফল্যমণ্ডিত লোকৰ অন্তৰ্ভুক্ত হ’ব। লগতে ভয়-ভীতিৰ পৰা ৰক্ষা পাব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• العاقل من يؤثر الباقي على الفاني.
প্ৰকৃত বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্থায়ীৰ ওপৰত স্থায়ীক প্ৰাধান্য দিয়ে। info

• التوبة تَجُبُّ ما قبلها.
তাওবাই পূৰ্বৱৰ্তী গুনাহসমূহক মচি দিয়ে। info

• الاختيار لله لا لعباده، فليس لعباده أن يعترضوا عليه.
নবুওৱতৰ বাবে নিৰ্বাচন কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ, এই ক্ষেত্ৰত বান্দাৰ কোনো অধিকাৰ নাই। আনকি এইক্ষেত্ৰত অভিযোগ উত্থাপন কৰাৰো সিহঁতৰ অধিকাৰ নাই। info

• إحاطة علم الله بما ظهر وما خفي من أعمال عباده.
বান্দাৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্মক আল্লাহৰ জ্ঞানে আৱৰি আছে। info