വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
63 : 38

اَتَّخَذْنٰهُمْ سِخْرِیًّا اَمْ زَاغَتْ عَنْهُمُ الْاَبْصَارُ ۟

আমি তেওঁলোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভুল আছিল নেকি, যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হোৱা নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে, আমি সঠিক আছিলোঁ, তথা সিহঁতেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু আমি তেওঁলোকক দেখা পোৱা নাই?। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• القياس والاجتهاد مع وجود النص الواضح مسلك باطل.
কোৰআন হাদীছৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো কিয়াচ অথবা ইজতিহাদ কৰাটো ভুল পন্থা। info

• كفر إبليس كفر عناد وتكبر.
ইবলীছৰ কুফৰ আছিল অহংকাৰ তথা অবাধ্যতা নিৰ্ভৰ কুফৰী। info

• من أخلصهم الله لعبادته من الخلق لا سبيل للشيطان عليهم.
আল্লাহে তেওঁৰ যি বান্দাক তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব, চয়তানে তাক কেতিয়াও সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰিব। info