വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
64 : 38

اِنَّ ذٰلِكَ لَحَقٌّ تَخَاصُمُ اَهْلِ النَّارِ ۟۠

কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ তথা সংশয়ৰ অৱকাশ নাই। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• القياس والاجتهاد مع وجود النص الواضح مسلك باطل.
কোৰআন হাদীছৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো কিয়াচ অথবা ইজতিহাদ কৰাটো ভুল পন্থা। info

• كفر إبليس كفر عناد وتكبر.
ইবলীছৰ কুফৰ আছিল অহংকাৰ তথা অবাধ্যতা নিৰ্ভৰ কুফৰী। info

• من أخلصهم الله لعبادته من الخلق لا سبيل للشيطان عليهم.
আল্লাহে তেওঁৰ যি বান্দাক তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব, চয়তানে তাক কেতিয়াও সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰিব। info