വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
25 : 42

وَهُوَ الَّذِیْ یَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهٖ وَیَعْفُوْا عَنِ السَّیِّاٰتِ وَیَعْلَمُ مَا تَفْعَلُوْنَ ۟ۙ

সেই পৱিত্ৰ আল্লাহেই বান্দাসকলৰ তাওবা কবূল কৰে, যেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত কুফৰী আৰু গুনাহৰ পৰা তাওবা কৰে। যেতিয়া তেওঁলোকৰ পৰা কোনো গুনাহ হৈ যায়, তেৱেঁই বান্দাসকলৰ গুনাহ ক্ষমা কৰি দিয়ে। তোমালোকে যি কৰ্মই নকৰা কিয়, তেওঁ সেই সকলো জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে। info

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে। info

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে। info