വിശുദ്ധ ഖുർആൻ പരിഭാഷ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (14) അദ്ധ്യായം: സൂറത്തുദ്ദുഖാൻ
ثُمَّ تَوَلَّوْا عَنْهُ وَقَالُوْا مُعَلَّمٌ مَّجْنُوْنٌ ۟ۘ
তাৰ পিছত সিহঁতে তেওঁক মানিবলৈ অস্বীকাৰ কৰিছিল, আৰু তেওঁৰ বিষয়ে কৈছিলঃ এওঁ ৰাছুল নহয়, বৰং প্ৰশিক্ষণপ্ৰাপ্ত এজন ব্যক্তি, যাক কোনোবাই এইবোৰ শিকাইছে। তেওঁৰ বিষয়ে সিহঁতে এই কথাও কৈছিল যে, তেওঁ এজন উন্মাদ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• نزول القرآن في ليلة القدر التي هي كثيرة الخيرات دلالة على عظم قدره.
অসংখ্য কল্যাণ নিহিত থকা কদৰৰ ৰাতিত এই কোৰআন অৱতীৰ্ণ হৈছে, ইয়ে কোৰআনৰ গুৰুত্ব প্ৰমাণ কৰে।

• بعثة الرسل ونزول القرآن من مظاهر رحمة الله بعباده.
ৰাছুল প্ৰেৰণ, কোৰআন অৱতীৰ্ণ আদি হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ।

• رسالات الأنبياء تحرير للمستضعفين من قبضة المتكبرين.
ৰাছুলসকলৰ ৰিছালতৰ উদ্দেশ্য হৈছে দুৰ্বল লোকসকলক অহংকাৰী লোকৰ অধীনৰ পৰা স্বাধীন কৰা।

 
പരിഭാഷ ആയത്ത്: (14) അദ്ധ്യായം: സൂറത്തുദ്ദുഖാൻ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - വിവർത്തനങ്ങളുടെ സൂചിക

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

അടക്കുക