വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
30 : 45

فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُدْخِلُهُمْ رَبُّهُمْ فِیْ رَحْمَتِهٖ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْمُبِیْنُ ۟

যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে নিজ অনুগ্ৰহত জান্নাতত প্ৰৱেশ কৰাব। আল্লাহে তেওঁলোকক প্ৰদান কৰা প্ৰতিদানেই হৈছে স্পষ্ট সফলতা, কোনো সফলতাই ইয়াৰ লগত তুলনা নহয়। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info