വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
27 : 50

قَالَ قَرِیْنُهٗ رَبَّنَا مَاۤ اَطْغَیْتُهٗ وَلٰكِنْ كَانَ فِیْ ضَلٰلٍۢ بَعِیْدٍ ۟

তেতিয়া তাৰ চয়তান সঙ্গীয়ে তাৰ লগত সম্পৰ্কচ্ছেদ কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি ইয়াক পথভ্ৰষ্ট কৰা নাছিলোঁ। সি নিজেই সত্যৰ পৰা আঁতৰি পথভ্ৰষ্ট হৈছিল। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত। info

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ। info

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল। info