വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
28 : 53

وَمَا لَهُمْ بِهٖ مِنْ عِلْمٍ ؕ— اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ ۚ— وَاِنَّ الظَّنَّ لَا یُغْنِیْ مِنَ الْحَقِّ شَیْـًٔا ۟ۚ

অথচ এই নাৰীবাচক নামকৰণৰ সপক্ষে সিহঁতৰ ওচৰত কোনো ধৰণৰ নিৰ্ভৰযোগ্য জ্ঞান নাই। এইক্ষেত্ৰত সিহঁতে কেৱল ভ্ৰম আৰু অনুমানৰহে অনুকৰণ কৰে। অনুমানে সত্যৰ স্থান লোৱাতো দূৰৰ কথা, সত্যৰ কাষ চাপিবও নোৱাৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• انقسام الذنوب إلى كبائر وصغائر.
গুনাহ হৈছে দুই প্ৰকাৰঃ ডাঙৰ আৰু সৰু। info

• خطورة التقوُّل على الله بغير علم.
জ্ঞান নোহোৱাকৈ আল্লাহৰ প্ৰতি মিছা আৰোপ কৰাৰ পৰিণাম অতি ভয়াৱহ। info

• النهي عن تزكية النفس.
নিজেই নিজৰ প্ৰশংসা কৰা নিন্দনীয়। info