Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
32 : 27

قَالَتْ یٰۤاَیُّهَا الْمَلَؤُا اَفْتُوْنِیْ فِیْۤ اَمْرِیْ ۚ— مَا كُنْتُ قَاطِعَةً اَمْرًا حَتّٰی تَشْهَدُوْنِ ۟

ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠিক পৰামৰ্শ দিয়ক। মই আপোনালোকৰ উপস্থিতি তথা আপোনালোকৰ দৃষ্টিকোণ নজনাকৈ কেতিয়াও কোনো বিষয়ত সিদ্ধান্ত লোৱা নাই। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• إنكار الهدهد على قوم سبأ ما هم عليه من الشرك والكفر دليل على أن الإيمان فطري عند الخلائق.
হুদহুদ চৰায়ে ছাবা জনগোষ্ঠীৰ শ্বিৰ্ক আৰু কুফৰী কামক নসাৎ কৰিছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো সৃষ্টিৰ মাজত প্ৰাকৃতিকৰূপে ঈমান নিহিত আছে। info

• التحقيق مع المتهم والتثبت من حججه.
আৰোপীৰ বিষয়ে অনুসন্ধান কৰা তথা তাৰ যুক্তিবোৰক গভীৰভাৱে পৰ্যালোচনা কৰা অতি জৰুৰী। info

• مشروعية الكشف عن أخبار الأعداء.
শত্ৰুৰ সংবাদবোৰ প্ৰকাশ কৰা বৈধ। info

• من آداب الرسائل افتتاحها بالبسملة.
বিছমিল্লাহৰ জৰিয়তে পত্ৰ আৰম্ভ কৰাটো পত্ৰ লিখাৰ নিয়ম। info

• إظهار عزة المؤمن أمام أهل الباطل أمر مطلوب.
বাতিলৰ সন্মুখত মুমিনৰ শক্তি প্ৰদৰ্শন অতি আৱশ্যক। info