《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (32) 章: 奈姆里
قَالَتْ یٰۤاَیُّهَا الْمَلَؤُا اَفْتُوْنِیْ فِیْۤ اَمْرِیْ ۚ— مَا كُنْتُ قَاطِعَةً اَمْرًا حَتّٰی تَشْهَدُوْنِ ۟
ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠিক পৰামৰ্শ দিয়ক। মই আপোনালোকৰ উপস্থিতি তথা আপোনালোকৰ দৃষ্টিকোণ নজনাকৈ কেতিয়াও কোনো বিষয়ত সিদ্ধান্ত লোৱা নাই।
阿拉伯语经注:
这业中每段经文的优越:
• إنكار الهدهد على قوم سبأ ما هم عليه من الشرك والكفر دليل على أن الإيمان فطري عند الخلائق.
হুদহুদ চৰায়ে ছাবা জনগোষ্ঠীৰ শ্বিৰ্ক আৰু কুফৰী কামক নসাৎ কৰিছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো সৃষ্টিৰ মাজত প্ৰাকৃতিকৰূপে ঈমান নিহিত আছে।

• التحقيق مع المتهم والتثبت من حججه.
আৰোপীৰ বিষয়ে অনুসন্ধান কৰা তথা তাৰ যুক্তিবোৰক গভীৰভাৱে পৰ্যালোচনা কৰা অতি জৰুৰী।

• مشروعية الكشف عن أخبار الأعداء.
শত্ৰুৰ সংবাদবোৰ প্ৰকাশ কৰা বৈধ।

• من آداب الرسائل افتتاحها بالبسملة.
বিছমিল্লাহৰ জৰিয়তে পত্ৰ আৰম্ভ কৰাটো পত্ৰ লিখাৰ নিয়ম।

• إظهار عزة المؤمن أمام أهل الباطل أمر مطلوب.
বাতিলৰ সন্মুখত মুমিনৰ শক্তি প্ৰদৰ্শন অতি আৱশ্যক।

 
含义的翻译 段: (32) 章: 奈姆里
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭