Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
13 : 47

وَكَاَیِّنْ مِّنْ قَرْیَةٍ هِیَ اَشَدُّ قُوَّةً مِّنْ قَرْیَتِكَ الَّتِیْۤ اَخْرَجَتْكَ ۚ— اَهْلَكْنٰهُمْ فَلَا نَاصِرَ لَهُمْ ۟

পূৰ্বৱৰ্তী বহুতো উম্মত পাৰ হৈছে, সিহঁত আছিল আপোনাক বহিষ্কাৰ কৰা মক্কাবাসীতকৈও অধিক শক্তিশালী, সন্তান-সন্ততিৰ ক্ষেত্ৰতো আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰতো। কিন্তু তথাপিও সিহঁতে যেতিয়া ৰাছুলসকলক অস্বীকাৰ কৰিছিল, আমি সিহঁতক ধ্বংস কৰিছিলোঁ। শাস্তি অহাৰ পিছত সিহঁতক আল্লাহৰ আযাবৰ পৰা ৰক্ষা কৰিব পৰা কোনো সহায়ক নাছিল। এতেকে আমি যদি মক্কাৰ অধিবাসীসকলক ধ্বংস কৰিব বিচাৰোঁ, তেন্তে আমাৰ বাবে এয়া কোনো কঠিন বিষয় নহয়। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত। info

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে। info

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা। info

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য। info