पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (13) सूरः: सूरतु मुहम्मद
وَكَاَیِّنْ مِّنْ قَرْیَةٍ هِیَ اَشَدُّ قُوَّةً مِّنْ قَرْیَتِكَ الَّتِیْۤ اَخْرَجَتْكَ ۚ— اَهْلَكْنٰهُمْ فَلَا نَاصِرَ لَهُمْ ۟
পূৰ্বৱৰ্তী বহুতো উম্মত পাৰ হৈছে, সিহঁত আছিল আপোনাক বহিষ্কাৰ কৰা মক্কাবাসীতকৈও অধিক শক্তিশালী, সন্তান-সন্ততিৰ ক্ষেত্ৰতো আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰতো। কিন্তু তথাপিও সিহঁতে যেতিয়া ৰাছুলসকলক অস্বীকাৰ কৰিছিল, আমি সিহঁতক ধ্বংস কৰিছিলোঁ। শাস্তি অহাৰ পিছত সিহঁতক আল্লাহৰ আযাবৰ পৰা ৰক্ষা কৰিব পৰা কোনো সহায়ক নাছিল। এতেকে আমি যদি মক্কাৰ অধিবাসীসকলক ধ্বংস কৰিব বিচাৰোঁ, তেন্তে আমাৰ বাবে এয়া কোনো কঠিন বিষয় নহয়।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত।

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে।

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা।

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য।

 
अर्थको अनुवाद श्लोक: (13) सूरः: सूरतु मुहम्मद
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्