पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (73) सूरः: सूरतु यूसुफ
قَالُوْا تَاللّٰهِ لَقَدْ عَلِمْتُمْ مَّا جِئْنَا لِنُفْسِدَ فِی الْاَرْضِ وَمَا كُنَّا سٰرِقِیْنَ ۟
ইউছুফৰ ভাতৃসকলে ক'লেঃ আল্লাহৰ শপত তোমালোকে নিশ্চিতভাৱে জানা যে, আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো তোমালোকে গম পাইছা। পতিয়ন যাওঁক, আমি মিচৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনতো কেতিয়াও চুৰি কৰা নাই।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• جواز الحيلة التي يُتَوصَّل بها لإحقاق الحق، بشرط عدم الإضرار بالغير.
সত্যক প্ৰকাশ কৰিবলৈ বাহানা অৱলম্বন কৰা বৈধ, কিন্তু মনত ৰখা উচিত ইয়াৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়।

• يجوز لصاحب الضالة أو الحاجة الضائعة رصد جُعْل «مكافأة» مع تعيين قدره وصفته لمن عاونه على ردها.
কাৰোবাৰ কোনো ধন অথবা কোনো প্ৰয়োজনীয় বস্তু হেৰাই গলে, সেয়া বিচাৰি পাবলৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা বৈধ, কিন্তু পুৰস্কাৰ নিৰ্দিষ্ট হোৱা উচিত।

• التغافل عن الأذى والإسرار به في النفس من محاسن الأخلاق.
সদ্ব্যৱহাৰৰ অন্যতম এটা গুণ হৈছে কষ্ট প্ৰদানকাৰীক আওকাণ কৰা আৰু তাৰ এই কষ্টক মনতে গোপন ৰখা উচিত।

 
अर्थको अनुवाद श्लोक: (73) सूरः: सूरतु यूसुफ
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्