पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
74 : 12

قَالُوْا فَمَا جَزَآؤُهٗۤ اِنْ كُنْتُمْ كٰذِبِیْنَ ۟

আহ্বানকাৰী আৰু তাৰ সঙ্গীসকলে ক'লেঃ তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোক চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা? info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• جواز الحيلة التي يُتَوصَّل بها لإحقاق الحق، بشرط عدم الإضرار بالغير.
সত্যক প্ৰকাশ কৰিবলৈ বাহানা অৱলম্বন কৰা বৈধ, কিন্তু মনত ৰখা উচিত ইয়াৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়। info

• يجوز لصاحب الضالة أو الحاجة الضائعة رصد جُعْل «مكافأة» مع تعيين قدره وصفته لمن عاونه على ردها.
কাৰোবাৰ কোনো ধন অথবা কোনো প্ৰয়োজনীয় বস্তু হেৰাই গলে, সেয়া বিচাৰি পাবলৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা বৈধ, কিন্তু পুৰস্কাৰ নিৰ্দিষ্ট হোৱা উচিত। info

• التغافل عن الأذى والإسرار به في النفس من محاسن الأخلاق.
সদ্ব্যৱহাৰৰ অন্যতম এটা গুণ হৈছে কষ্ট প্ৰদানকাৰীক আওকাণ কৰা আৰু তাৰ এই কষ্টক মনতে গোপন ৰখা উচিত। info