पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (102) सूरः: सूरतु ताहा
یَّوْمَ یُنْفَخُ فِی الصُّوْرِ وَنَحْشُرُ الْمُجْرِمِیْنَ یَوْمَىِٕذٍ زُرْقًا ۟
পুনৰুত্থানৰ বাবে ফিৰিস্তাই যিদিনা শিঙাত দ্বিতীয়বাৰ ফুঁ দিব, সেইদিনা আমি কাফিৰসকলক এনেকুৱা অৱস্থাত একত্ৰিত কৰিম যে, কিয়ামতৰ ভয়ৱহতাৰ সন্মুখীন হোৱাৰ কাৰণে সিহঁতৰ শৰীৰ তথা চকুৰ ৰং নীলা হৈ পৰিব।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• القرآن العظيم كله تذكير ومواعظ للأمم والشعوب والأفراد، وشرف وفخر للإنسانية.
সম্পূৰ্ণ কোৰআনখনেই হৈছে উপদেশ তথা স্মৰণীয় গ্ৰন্থ. প্ৰতিটো সম্প্ৰদায়ৰ বাবে, জাতিসকলৰ বাবে তথা প্ৰত্যেক ব্যক্তিৰ বাবে, লগতে মানৱতাৰ বাবে ই হৈছে সন্মান আৰু গৌৰৱ।

• لا تنفع الشفاعة أحدًا إلا شفاعة من أذن له الرحمن، ورضي قوله في الشفاعة.
কাৰো মধ্যস্ততাই সেইদিনা কামত নাহিব, কেৱল সেই ব্যক্তিৰ মধ্যস্ততাৰ বাহিৰে যাক স্বয়ং আল্লাহে অনুমতি প্ৰদান কৰিব, তথা মধ্যস্ততাৰ ক্ষেত্ৰত যাৰ কথাক তেওঁ স্বীকাৰ কৰিব আৰু সন্তুষ্ট হ'ব।

• القرآن مشتمل على أحسن ما يكون من الأحكام التي تشهد العقول والفطر بحسنها وكمالها.
কোৰআন এনেকুৱা সৌন্দৰ্যময় আদেশৰ দ্বাৰা গঠিত, যাৰ উত্তম আৰু সম্পূৰ্ণতাৰ সাক্ষী মানুহৰ বিবেক আৰু ফিতৰতে প্ৰদান কৰিছে।

• من آداب التعامل مع القرآن تلقيه بالقبول والتسليم والتعظيم، والاهتداء بنوره إلى الصراط المستقيم، والإقبال عليه بالتعلم والتعليم.
মানুহে কোৰআনখনক অন্তৰেৰে স্বীকাৰ কৰা উচিত, ইয়াৰ সন্মান কৰা উচিত, ইয়াৰ আলোকত হিদায়ত লাভ কৰা উচিত তথা ইয়াক নিজে শিকা আৰু আনক শিকোৱা উচিত।

• ندم المجرمين يوم القيامة حيث ضيعوا الأوقات الكثيرة، وقطعوها ساهين لاهين، معرضين عما ينفعهم، مقبلين على ما يضرهم.
কিয়ামতৰ দিনা অপৰাধীয়ে এই কথা স্মৰণ কৰি পৰিতাপ কৰিব যে, সিহঁতে অধিক সময় বিনষ্ট কৰিছে। লাভদায়ক বিষয়ত সময় খৰচ কৰাৰ পৰিবৰ্তে ক্ষতিকাৰক বিষয়ত সময় কটাইছে।

 
अर्थको अनुवाद श्लोक: (102) सूरः: सूरतु ताहा
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्