पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (4) सूरः: सूरतुल् हुजुरात
اِنَّ الَّذِیْنَ یُنَادُوْنَكَ مِنْ وَّرَآءِ الْحُجُرٰتِ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟
হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• تشرع الرحمة مع المؤمن، والشدة مع الكافر المحارب.
মুমিনসকলে ইজনে সিজনৰ প্ৰতি বিনম্ৰ হোৱা উচিত, পক্ষান্তৰে যুদ্ধ কৰা কাফিৰসকলৰ প্ৰতি কঠোৰ হোৱা উচিত।

• التماسك والتعاون من أخلاق أصحابه صلى الله عليه وسلم.
ইজনে সিজনৰ লগত সম্পৰ্ক স্থাপন কৰা, লগতে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰা ইত্যাদি হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ উত্তম চৰিত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ।

• من يجد في قلبه كرهًا للصحابة الكرام يُخْشى عليه من الكفر.
চাহাবাসকলৰ প্ৰতি যাৰ অন্তৰত ঘৃণা আছে, সেই ব্যক্তিৰ বিষয়ে কুফৰৰ আশংকা আছে।

• وجوب التأدب مع رسول الله صلى الله عليه وسلم، ومع سُنَّته، ومع ورثته (العلماء).
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আৰু তেওঁৰ ছুন্নতৰ সৈতে, লগতে তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ আলিম-উলামাৰ সৈতে ভাল ব্যৱহাৰ কৰা অনিবাৰ্য।

 
अर्थको अनुवाद श्लोक: (4) सूरः: सूरतुल् हुजुरात
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्