ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

prev

আল-মুতাফ্ফিফীন

next
ߝߐߘߊ ߟߊߢߌߣߌ߲ ߘߏ߫:
تحذير المكذبين الظالمين من يوم القيامة وبشارة المؤمنين به.
অন্যায়কাৰী অস্বীকাৰকাৰীসকলক কিয়ামত দিৱসৰ পৰা সাৱধান কৰা হৈছে, আৰু মুমিনসকলক সুসংবাদ দিয়া হৈছে। info

1 : 83

وَیْلٌ لِّلْمُطَفِّفِیْنَ ۟ۙ

জোখ-মাখত কম দিয়াসকলৰ বাবে আছে ধ্বংস আৰু ক্ষতি। info
التفاسير: |

2 : 83

الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ

যিসকলে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়, অলপো কম নলয়। info
التفاسير: |

3 : 83

وَاِذَا كَالُوْهُمْ اَوْ وَّزَنُوْهُمْ یُخْسِرُوْنَ ۟ؕ

আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া এইটো আছিল মদীনাবাসীৰ অৱস্থা। info
التفاسير: |

4 : 83

اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ۟ۙ

এনেকুৱা অসৎকৰ্মত লিপ্ত লোকসকলে পুনৰুত্থিত হৈ আল্লাহৰ আগত থিয় হ’ব লাগিব বুলি বিশ্বাস নকৰে নেকি? info
التفاسير: |
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিব পৰা অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ীসকলৰ এটা অৱগুণ। ইয়াৰ পৰা কেৱল তেৱেঁই সুৰক্ষিত থাকিব পাৰে, যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
পাপকৰ্মৰ পৰা বিৰত থকাৰ অন্যতম এটা উপায় হৈছে ক্বিয়ামতৰ ভয়াৱহ অৱস্থাক স্মৰণ কৰা। info

prev

আল-মুতাফ্ফিফীন

next
:
0:00 0:00