د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
68 : 33

رَبَّنَاۤ اٰتِهِمْ ضِعْفَیْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِیْرًا ۟۠

হে আমাৰ প্ৰতিপালক! যিসকলে আমাক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিছে সেই প্ৰমুখসকলক তথা নেতাসকলক তুমি দ্বিগুণ শাস্তি দিয়া, যিদৰে তুমি আমাক শাস্তি বিহিছা। কিয়নো সিহঁতেই আমাক বিভ্ৰান্ত কৰিছে। লগতে সিহঁতক তোমাৰ ৰহমতৰ পৰা বহু দূৰলৈ আঁতৰাই দিয়া। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব। info

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ। info

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব। info