د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
35 : 34

وَقَالُوْا نَحْنُ اَكْثَرُ اَمْوَالًا وَّاَوْلَادًا ۙ— وَّمَا نَحْنُ بِمُعَذَّبِیْنَ ۟

প্ৰভাৱশালী লোকসকলে অহংকাৰ কৰি তথা ফিতাহি মাৰি কৈছিলঃ আমি প্ৰচুৰ ধন-সম্পদৰ মালিক তথা সন্তান-সন্ততিৰ ক্ষেত্ৰতো অধিক মৰ্যাদাৱান। আনহাতে আমাক শাস্তি বিহা হ’ব বুলি তুমি যি দাবী কৰি আছা সেইটোও এটা গোকাট মিছা কথা। আমাক পৃথিৱীতো কোনো শাস্তি দিয়া নহ’ব আৰু আখিৰাততো নহয়। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• تبرؤ الأتباع والمتبوعين بعضهم من بعض، لا يُعْفِي كلًّا من مسؤوليته.
অনুসৰণকাৰী আৰু যাক অনুসৰণ কৰা হৈছে, সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিলেও সিহঁতৰ কাৰো উপকাৰ নহ’ব। info

• الترف مُبْعِد عن الإذعان للحق والانقياد له.
ভোগ-বিলাসে আৰু আমোদ-প্ৰমোদে মানুহক সত্যৰ সন্মুখত নত স্বীকাৰ কৰিবলৈ তথা সত্যক মানিবলৈ বাধা দিয়ে। info

• المؤمن ينفعه ماله وولده، والكافر لا ينتفع بهما.
মুমিনসকলে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ দ্বাৰা উপকৃত হয়। পক্ষান্তৰে কাফিৰসকলে ইয়াৰ পৰা বঞ্চিত থাকে। info

• الإنفاق في سبيل الله يؤدي إلى إخلاف المال في الدنيا، والجزاء الحسن في الآخرة.
আল্লাহৰ পথত ব্যয় কৰিলে পৃথিৱীতো প্ৰতিফল পোৱা যায় আৰু আখিৰাততো উত্তম প্ৰতিদান লাভ হয়। info