د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
48 : 39

وَبَدَا لَهُمْ سَیِّاٰتُ مَا كَسَبُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟

সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ দুষ্পৰিণাম সিহঁতৰ সন্মুখত উপস্থাপন কৰা হ’ব, আৰু সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিব যি শাস্তিৰ পৰা পৃথিৱীত সিহঁতক সতৰ্ক কৰা হৈছিল, কিন্তু সিহঁতে সেই শাস্তিৰ বিষয়ে শুনি উপহাস কৰিছিল। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ। info

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত। info

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়। info