د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
56 : 43

فَجَعَلْنٰهُمْ سَلَفًا وَّمَثَلًا لِّلْاٰخِرِیْنَ ۟۠

ফলত আমি ফিৰআউন আৰু তাৰ জাতিৰ প্ৰমুখসকলক অতীত ইতিহাসত পৰিণত কৰিলোঁ, আপোনাৰ উম্মতৰ কাফিৰসকলে সিহঁতৰেই পদচিহ্ন অনুসৰণ কৰি আছে। আমি সিহঁতক শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে দৃষ্টান্ত বনাইছোঁ। যাতে সিহঁতৰ দৰে কৰ্মৰ পৰা বিৰত থাকিব পাৰে, অন্যথা সিহঁতৰ দৰেই শাস্তি ভোগ কৰিব লাগিব। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ। info

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে। info

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য। info

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। info