د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
26 : 47

ذٰلِكَ بِاَنَّهُمْ قَالُوْا لِلَّذِیْنَ كَرِهُوْا مَا نَزَّلَ اللّٰهُ سَنُطِیْعُكُمْ فِیْ بَعْضِ الْاَمْرِ ۚ— وَاللّٰهُ یَعْلَمُ اِسْرَارَهُمْ ۟

সিহঁতক এইকাৰণে পথভ্ৰষ্ট কৰা হৈছে যে, সিহঁতে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীক অপছন্দ কৰা মুশ্বৰিকসকলক কয়ঃ “আমি অনতিপলমে কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম, যেনে- মানুহক যুদ্ধৰ পৰা বিৰত ৰখা আদি”। অথচ আল্লাহে সিহঁতৰ প্ৰকাশ্য আৰু গোপন সকলো তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়। অদৃশ্য জ্ঞানৰ যিখিনি তেওঁ ইচ্ছা কৰে সেইখিনি ৰাছুলক অৱগত কৰে।
info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে। info

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা। info

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ। info