د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
32 : 52

اَمْ تَاْمُرُهُمْ اَحْلَامُهُمْ بِهٰذَاۤ اَمْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ

সিহঁতৰ বিবেকে সিহঁতক এই কথা ক’বলৈ আদেশ দিয়ে নেকি যে, মুহাম্মদ এজন গণক তথা তেওঁ এজন উন্মাদ ব্যক্তি? দৰাচলতে সিহঁতে এজন ব্যক্তিৰ মাজত এনেকুৱা বৈশিষ্ট্য একত্ৰিত কৰিব বিচাৰে, যিটো কেতিয়াও সম্ভৱ নহয়। বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়। সিহঁতে চৰীয়তৰ পিনেও প্ৰত্যাৱৰ্তন নকৰে আৰু বিবেকৰ প্ৰতিও নকৰে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info