Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (44) Surah: Suratu Yusuf
قَالُوْۤا اَضْغَاثُ اَحْلَامٍ ۚ— وَمَا نَحْنُ بِتَاْوِیْلِ الْاَحْلَامِ بِعٰلِمِیْنَ ۟
তেওঁলোকে ক'লেঃ আপোনাৰ সপোনটো মিশ্ৰিত, অলীক। এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আমি মিশ্ৰিত সপোনৰ কোনো ব্যাখ্যা নাজানো।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• من كمال أدب يوسف أنه أشار لحَدَث النسوة ولم يشر إلى حَدَث امرأة العزيز.
ইউছুফ আলাইহিছ ছালামৰ শিষ্টাচাৰৰ উত্তম এটা উদাহৰণ এই যে, তেওঁ চহৰৰ মহিলাসকলৰ ঘটনাৰ প্ৰতি ইংগিত কৰিলে কিন্তু আজিজৰ পত্নীৰ লগত হোৱা ঘটনাৰ প্ৰতি ইংগিত কৰা নাই।

• كمال علم يوسف عليه السلام في حسن تعبير الرؤى.
ইউছুফ আলাইহিছ ছালাম সপোনৰ ব্যাখ্যাৰ ক্ষেত্ৰত পূৰ্ণ জ্ঞানৰ অধিকাৰী আছিল।

• مشروعية تبرئة النفس مما نُسب إليها ظلمًا، وطلب تقصّي الحقائق لإثبات الحق.
কোনো ব্যক্তিৰ ওপৰত যদি মিছা আৰোপ কৰা হয় তেন্তে নিজকে দোষমুক্ত কৰিবলৈ আৰু সত্য উদ্ঘাটন কৰিবলৈ তদন্ত দাবী কৰাৰ প্ৰমাণ।

• فضيلة الصدق وقول الحق ولو كان على النفس.
সত্য কথা কোৱা আৰু সত্যতাৰ গুৰুত্ব। যদিও নিজৰ বিৰুদ্ধেই নহওঁক কিয়।

 
Tradução dos significados Versículo: (44) Surah: Suratu Yusuf
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar