Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (147) Surah: Suratu Al-Baqarah
اَلْحَقُّ مِنْ رَّبِّكَ فَلَا تَكُوْنَنَّ مِنَ الْمُمْتَرِیْنَ ۟۠
হে ৰাছুল! এইটোৱে আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। এতেকে আপুনি কদাপিও ইয়াৰ সত্যতাত সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহব।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• إطالة الحديث في شأن تحويل القبلة؛ لما فيه من الدلالة على نبوة محمد صلى الله عليه وسلم.
কিবলা পৰিবৰ্তন সম্পৰ্কে দীঘলীয়া আলোচনা কৰা হৈছে। কিয়নো এইটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবী হোৱাৰ প্ৰমাণসমূহৰ এটা অন্যতম প্ৰমাণ।

• ترك الجدال والاشتغالُ بالطاعات والمسارعة إلى الله أنفع للمؤمن عند ربه يوم القيامة.
বাদ-বিবাদ পৰিত্যাগ কৰি তত্ক্ষণাত আনুগত্য কৰাটো মুমিনৰ বাবে ক্বিয়ামতৰ দিনা তেওঁৰ প্ৰতিপালকৰ ওচৰত অধিক লাভদায়ক।

• أن الأعمال الصالحة الموصلة إلى الله متنوعة ومتعددة، وينبغي للمؤمن أن يسابق إلى فعلها؛ طلبًا للأجر من الله تعالى.
আল্লাহৰ নৈকট্য অৰ্জন কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বহুতো নেক আমল আছে। মুমিনসকলে আল্লাহৰ পৰা ছোৱাব আশা কৰি সেইবোৰ কৰ্মত প্ৰতিযোগিতা কৰা উচিত।

• عظم شأن ذكر الله -جلّ وعلا- حيث يكون ثوابه ذكر العبد في الملأ الأعلى.
ইয়াৰ দ্বাৰা আল্লাহৰ যিকিৰ বা স্মৰণৰ মহত্ব বুজায়। কিয়নো ইয়াৰ ফলত আল্লাহে তেওঁৰ ওচৰত থকা নৈকট্য প্ৰাপ্ত ফিৰিস্তাসকলৰ মাজত বান্দাক স্মৰণ কৰে।

 
Tradução dos significados Versículo: (147) Surah: Suratu Al-Baqarah
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar