Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (49) Surah: Suratu Al-An'aam
وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا یَمَسُّهُمُ الْعَذَابُ بِمَا كَانُوْا یَفْسُقُوْنَ ۟
যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ কাৰণে শাস্তি ভোগ কৰিব।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• الأنبياء بشر، ليس لهم من خصائص الربوبية شيء البتة، ومهمَّتهم التبليغ، فهم لا يملكون تصرفًا في الكون، فلا يعلمون الغيب، ولا يملكون خزائن رزق ونحو ذلك.
সকলো নবী মানুহ আছিল। প্ৰভূত্বৰ কোনো প্ৰতীক তেওঁলোকৰ মাজত নাছিল। তেওঁলোকৰ দায়িত্ব আছিল পৌঁচাই দিয়া। বিশ্বজগতৰ নিয়ন্ত্ৰণ তেওঁলোকৰ হাতত নাছিল। তেওঁলোকৰ ওচৰত অদৃশ্যৰ জ্ঞান নাছিল। লগতে জীৱিকাৰ ভাণ্ডাৰো নাছিল।

• اهتمام الداعية بأتباعه وخاصة أولئك الضعفاء الذين لا يبتغون سوى الحق، فعليه أن يقرِّبهم، ولا يقبل أن يبعدهم إرضاء للكفار.
সত্যৰ প্ৰতি আহ্বায়কসকলে নিজৰ অনুগামী সকলৰ প্ৰতি মনোযোগ দিয়া উচিত। বিশেষকৈ সেইসকল দুৰ্বল লোকৰ প্ৰতি যিসকলে সত্যৰ বাহিৰে একোৱে নিবিচাৰে। সত্যৰ আহ্বায়ক সকলে এনেকুৱা লোকক নিজৰ নিকটৱৰ্তী কৰা উচিত আৰু কাফিৰসকলৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তেওঁলোকক দূৰ কৰা কদাপিও উচিত নহয়।

• إشارة الآية إلى أهمية العبادات التي تقع أول النهار وآخره.
এই আয়াতৰ দ্বাৰা সেই সমূহ ইবাদতৰ প্ৰতি ইংগিত কৰা হৈছে যিবোৰ পূৱা-গধূলি কৰা হয়।

 
Tradução dos significados Versículo: (49) Surah: Suratu Al-An'aam
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar