Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
60 : 10

وَمَا ظَنُّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ یَوْمَ الْقِیٰمَةِ ؕ— اِنَّ اللّٰهَ لَذُوْ فَضْلٍ عَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَشْكُرُوْنَ ۟۠

আল্লাহৰ প্ৰতি মিছা আৰোপকাৰী সকলে কি ভাৱে, ক্বিয়ামতৰ দিনা সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা হ'ব? সিহঁতে ভাৱে নেকি যে সিহঁতক ক্ষমা কৰি দিয়া হ'ব? এয়া বহুত দূৰৰ কথা। প্ৰকৃততে আল্লাহ বৰ দয়ালু, তেওঁ মানুহক অৱকাশ দিয়ে, আৰু সিহঁতক শাস্তি দিয়াৰ ক্ষেত্ৰত খৰধৰ নকৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে। সিহঁতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰে। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• عظم ما ينتظر المشركين بالله من عذاب، حتى إنهم يتمنون دفعه بكل ما في الأرض، ولن يُقْبلَ منهم.
সেই ভয়াৱহ শাস্তিৰ প্ৰতি ইংগিত কৰা হৈছে, যি শাস্তি মুশ্বৰিকসকলৰ অপেক্ষাত আছে। পৰিস্থিতি এনেকুৱা হব যে, সিহঁতে পৃথিৱীৰ সকলো সম্পদ প্ৰদান কৰি হলেও সেই শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ কামনা কৰিব, কিন্তু সিহঁতৰ এই কামনা পূৰণ নহ'ব। info

• القرآن شفاء للمؤمنين من أمراض الشهوات وأمراض الشبهات بما فيه من الهدايات والدلائل العقلية والنقلية.
কোৰআনত থকা হিদায়ত, বৌদ্ধিক আৰু ধাৰ্মিক প্ৰমাণসমূহ হৈছে কামনা-বাসনা আৰু সন্দেহৰ বেমাৰৰ প্ৰতিষেধক। info

• ينبغي للمؤمن أن يفرح بنعمة الإسلام والإيمان دون غيرهما من حطام الدنيا.
মুমিনসকলে পাৰ্থিৱ জীৱনৰ গুৰুত্বহীন সামগ্ৰীৰ পৰিবৰ্তে ইছলাম আৰু ঈমানৰ নিয়ামতকলৈ সন্তুষ্ট হোৱা উচিত। info

• دقة مراقبة الله لعباده وأعمالهم وخواطرهم ونياتهم.
আল্লাহে তেওঁৰ বান্দাসকলৰ, সিহঁতৰ কৰ্মৰ, সিদ্ধান্তৰ আৰু সংকল্পৰ সুক্ষ্ম নিৰীক্ষণ কৰে। info