Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
35 : 11

اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ— قُلْ اِنِ افْتَرَیْتُهٗ فَعَلَیَّ اِجْرَامِیْ وَاَنَا بَرِیْٓءٌ مِّمَّا تُجْرِمُوْنَ ۟۠

নূহ সম্প্ৰদায়ৰ লোকসকলে নিজৰ কুফুৰী কাৰ্যৰ কাৰণে ধাৰণা কৰিছিল যে, নূহ আলাইহিছ ছালামে যি ধৰ্মলৈ আহিছে সেয়া তেওঁৰ নিজে বনোৱা ধৰ্ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইটো নিজে বনাইছো তেন্তে ইয়াৰ যি শাস্তি হ'ব সেয়া ময়ে ভোগ কৰিম। কিন্তু তোমালোকে যে অস্বীকাৰ কৰি আছা, সেই গুনাহ কিন্তু মই বহন নকৰো। মই ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে। info

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য। info

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে। info

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ। info