Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
82 : 11

فَلَمَّا جَآءَ اَمْرُنَا جَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهَا حِجَارَةً مِّنْ سِجِّیْلٍ ۙ۬— مَّنْضُوْدٍ ۟ۙ

তাৰ পিছত যেতিয়া লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি সিহঁতৰ গাওঁবোৰক তল-ওপৰ কৰি বিনষ্ট কৰিলো, লগতে সিহঁতৰ ওপৰত ক্ৰমাগতভাৱে ধাৰাসাৰ পকা মাটিৰ শীল বৰ্ষণ কৰিলো। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• من سنن الله إهلاك الظالمين بأشد العقوبات وأفظعها.
আল্লাহৰ অন্যতম এটা নিয়ম হৈছে এই যে, তেওঁ অন্যায়কাৰীসকলক কঠিন শাস্তি প্ৰদান কৰি ধ্বংস কৰে। info

• حرمة نقص الكيل والوزن وبخس الناس حقوقهم.
জোখ-মাখত কম দিয়া আৰু মানুহৰ অধিকাৰ খৰ্ব কৰা হাৰাম। info

• وجوب الرضا بالحلال وإن قل.
হালালৰ প্ৰতি সন্তুষ্ট থকা অপৰিহাৰ্য, যদিও সেয়া নগন্য হয়। info

• فضل الأمر بالمعروف والنهي عن المنكر، ووجوب العمل بما يأمر الله به، والانتهاء عما ينهى عنه.
সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব, লগতে আল্লাহৰ আদেশ মতে আমল কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য। info