Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
39 : 12

یٰصَاحِبَیِ السِّجْنِ ءَاَرْبَابٌ مُّتَفَرِّقُوْنَ خَیْرٌ اَمِ اللّٰهُ الْوَاحِدُ الْقَهَّارُ ۟ؕ

তাৰ পিছত ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই যুৱক দুজনক উদ্দেশ্যি ক'লেঃ ভিন ভিন উপাস্যৰ ইবাদত ভাল নে এক আল্লাহৰ ইবাদত ভাল, যাৰ কোনো অংশীদাৰ নাই? তেওঁৰ আনৰ ওপৰত প্ৰভূত্বশীল, কিন্তু তেওঁৰ ওপৰত কাৰো প্ৰভূত্ব নাই। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• وجوب اتباع ملة إبراهيم، والبراءة من الشرك وأهله.
ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্ম অনুসৰণ কৰা ওৱাজিব, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্ক বিচ্ছেদ কৰা অনিবাৰ্য। info

• في قوله:﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ دليل على أن هؤلاء المصريين كانوا أصحاب ديانة سماوية لكنهم أهل إشراك.
আল্লাহ তাআলাৰ এই বাণী ﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ ৰ দ্বাৰা প্ৰমাণ হয় যে, সেই সময়ৰ মিচৰৰ অধিবাসীসকলৰ মাজত ঐশী ধৰ্ম পালনকাৰী লোকও বিদ্যমান আছিল। কিন্তু শ্বিৰ্কত পতিত হৈছিল। info

• كلُّ الآلهة التي تُعبد من دون الله ما هي إلا أسماء على غير مسميات، ليس لها في الألوهية نصيب.
আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেইবোৰ কেৱল অস্তিত্বহীন কিছুমান নাম। সেইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। info

• استغلال المناسبات للدعوة إلى الله، كما استغلها يوسف عليه السلام في السجن.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সকলো সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। যিদৰে ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই সুযোগ ব্যৱহাৰ কৰিছিল। info