Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
84 : 12

وَتَوَلّٰی عَنْهُمْ وَقَالَ یٰۤاَسَفٰی عَلٰی یُوْسُفَ وَابْیَضَّتْ عَیْنٰهُ مِنَ الْحُزْنِ فَهُوَ كَظِیْمٌ ۟

সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লেঃ হায় আফছোচ! ইউছুফৰ বিৰহত কিমান মই চিন্তিত। ইউছুফৰ অনুপস্থিতিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশক বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকাই ৰাখিছিল। info
التفاسير: |
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• لا يجوز أخذ بريء بجريرة غيره، فلا يؤخذ مكان المجرم شخص آخر.
কোনো নিৰপৰাধী ব্যক্তিক বেলেগৰ দোষত কৰায়ত্ব কৰা বৈধ নহয়। গতিকে অপৰাধী ব্যক্তিৰ পৰিবৰ্তে বেলেগ কাৰোবাক আটক কৰা ঠিক নহয়। info

• الصبر الجميل هو ما كانت فيه الشكوى لله تعالى وحده.
উত্তম ধৈৰ্য হৈছে সেইটো, য’ত আল্লাহৰ বাহিৰে আনৰ ওচৰত অভিযোগ দাঙি ধৰা নহয়। info

• على المؤمن أن يكون على تمام يقين بأن الله تعالى يفرج كربه.
মুমিন ব্যক্তিয়ে পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে তাৰ বিপদ নিশ্চয় দূৰ কৰিব। info