Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
56 : 15

قَالَ وَمَنْ یَّقْنَطُ مِنْ رَّحْمَةِ رَبِّهٖۤ اِلَّا الضَّآلُّوْنَ ۟

ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ নিজ প্ৰতিপালকৰ দয়াৰ পৰা কেৱল সেইসকল লোকেই নিৰাশ হয়, যিসকল আল্লাহৰ সঠিক-সৰল পথৰ পৰা বিভ্ৰান্ত। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• تعليم أدب الضيف بالتحية والسلام حين القدوم على الآخرين.
কোনো ব্যক্তিৰ ঘৰত অতিথি হিচাপে গলে প্ৰথমে ছালাম কৰা উচিত। info

• من أنعم الله عليه بالهداية والعلم العظيم لا سبيل له إلى القنوط من رحمة الله.
আল্লাহে যাক হিদায়তৰ পথ দেখুৱাইছে, আৰু উচ্চ জ্ঞান দান কৰিছে তেনেকুৱা ব্যক্তিয়ে কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱা উচিত নহয়। info

• نهى الله تعالى لوطًا وأتباعه عن الالتفات أثناء نزول العذاب بقوم لوط حتى لا تأخذهم الشفقة عليهم.
আল্লাহে লূত আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰীসকলক তেওঁৰ সম্প্ৰদায়ৰ ওপৰত যেতিয়া শাস্তি অৱতীৰ্ণ হ'ব তেতিয়া পিচফালে ঘূৰি চাবলৈ নিষেধ কৰিছিল, যাতে সিহঁতৰ প্ৰতি পুতৌ নজন্মে। info

• تصميم قوم لوط على ارتكاب الفاحشة مع هؤلاء الضيوف دليل على طمس فطرتهم، وشدة فحشهم.
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁৰ অতিথিসকলৰ লগত অশ্লীল কাৰ্য কৰাৰ দৃঢ় বাসনাই প্ৰমাণ কৰে যে, সিহঁতৰ প্ৰবৃত্তি কিমান বিকৃত হৈছিল, আৰু সিহঁত কিমান নিৰ্লজ্জ হৈ পৰিছিল। info