Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
18 : 19

قَالَتْ اِنِّیْۤ اَعُوْذُ بِالرَّحْمٰنِ مِنْكَ اِنْ كُنْتَ تَقِیًّا ۟

যেতিয়া তেওঁ জিব্ৰীলক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লেঃ হে ব্যক্তি! যদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয় কৰা তেন্তে শুনা! নিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• الصبر على القيام بالتكاليف الشرعية مطلوب.
চৰীয়তি দায়িত্ব পালন কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰা অতি আৱশ্যক। info

• علو منزلة بر الوالدين ومكانتها عند الله، فالله قرنه بشكره.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ মৰ্যাদা আল্লাহৰ ওচৰত অধিক, সেইকাৰণেই আল্লাহে ইয়াক তেওঁ কৃতজ্ঞতাৰ সৈতে স্থান দিছে। info

• مع كمال قدرة الله في آياته الباهرة التي أظهرها لمريم، إلا أنه جعلها تعمل بالأسباب ليصلها ثمرة النخلة.
আল্লাহে মৰিয়ম আলাইহাচ্ছালাম সম্পৰ্কে যদিও কিছুমান আশ্চৰ্যজনক নিদৰ্শন দেখুৱাই নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিছে, কিন্তু ইয়াৰ পিচতো তেওঁ মৰিয়মক ফল খোৱাবলৈ সাংসাৰিক মাধ্যম প্ৰয়োগ কৰিছে। info