Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
188 : 3

لَا تَحْسَبَنَّ الَّذِیْنَ یَفْرَحُوْنَ بِمَاۤ اَتَوْا وَّیُحِبُّوْنَ اَنْ یُّحْمَدُوْا بِمَا لَمْ یَفْعَلُوْا فَلَا تَحْسَبَنَّهُمْ بِمَفَازَةٍ مِّنَ الْعَذَابِ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟

হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতৰ প্ৰশংসা কৰক সেই সত্কৰ্ম সম্পৰ্কে যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত আৰু দুৰৈত বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• من صفات علماء السوء من أهل الكتاب: كتم العلم، واتباع الهوى، والفرح بمدح الناس مع سوء سرائرهم وأفعالهم.
আহলে কিতাবসকলৰ বেয়া বিদ্যানসকলৰ কিছুমান বৈশিষ্ট্য এই যে, জ্ঞান গোপন কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰা লগতে সিহঁতৰ অন্তৰাত্মা তথা কৰ্ম বেয়া হোৱা সত্ত্বেও মানুহৰ প্ৰশংসাত আনন্দিত হয়। info

• التفكر في خلق الله تعالى في السماوات والأرض وتعاقب الأزمان يورث اليقين بعظمة الله وكمال الخضوع له عز وجل.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি তথা সময়ৰ আৱৰ্তন সম্পৰ্কে চিন্তা-চৰ্চা কৰিলে আল্লাহৰ মহানতাৰ প্ৰতি বিশ্বাস আৰু পূৰ্ণ সমৰ্পণৰ ভাৱনা সৃষ্টি হয়। info

• دعاء الله وخضوع القلب له تعالى من أكمل مظاهر العبودية.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু তেওঁৰ সন্মুখত আন্তৰিকতাৰে শিৰ নত কৰা, ভক্তিৰ সম্পূৰ্ণ দৃশ্যৰ অন্যতম। info