Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
13 : 30

وَلَمْ یَكُنْ لَّهُمْ مِّنْ شُرَكَآىِٕهِمْ شُفَعٰٓؤُا وَكَانُوْا بِشُرَكَآىِٕهِمْ كٰفِرِیْنَ ۟

পৃথিৱীত সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰৰ কোনেও সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ মধ্যস্ততা কৰাৰ বাবে আগবাঢ়ি নাহিব। সিহঁতে নিজৰ অংশীদাৰ স্থাপনৰ বিষয়টোক অস্বীকাৰ কৰি বহিব। কাৰণ সিহঁতে প্ৰকৃত প্ৰয়োজনৰ সময়ত সিহঁতক প্ৰৱঞ্চনা কৰিছে। আনহাতে ধ্বংসৰ ক্ষেত্ৰত সিহঁত সকলোৱেই সমান পৰ্যায়ৰ। info
التفاسير: |
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• العلم بما يصلح الدنيا مع الغفلة عما يصلح الآخرة لا ينفع.
আখিৰাতত সফলতা লাভ কৰিব পৰা আমলসমূহক অৱজ্ঞা কৰি, কেৱল পাৰ্থিৱ জীৱনৰ উন্নতিয়ে একো উপকাৰ সাধন কৰিব নোৱাৰে। info

• آيات الله في الأنفس وفي الآفاق كافية للدلالة على توحيده.
মানুহৰ শৰীৰত আৰু বিশ্বজগতত বিস্তৃত থকা আল্লাহৰ নিদৰ্শনসমূহেই তেওঁৰ তাওহীদ প্ৰমাণ কৰিবলৈ যথেষ্ট। info

• الظلم سبب هلاك الأمم السابقة.
অন্যায়-অত্যাচাৰৰ কাৰণেই পূৰ্বৱৰ্তী উম্মতসমূহ ধ্বংস হৈছে। info

• يوم القيامة يرفع الله المؤمنين، ويخفض الكافرين.
কিয়ামতৰ দিনা আল্লাহে মুমিনসকলক সুউচ্চ স্থান দান কৰিব। আনহাতে কাফিৰসকলক নিকৃষ্ট ঠাইত নিক্ষেপ কৰিব। info