Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
14 : 7

قَالَ اَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟

ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! তেন্তে তুমি মোক পুনৰুত্থান দিৱস লৈকে অৱকাশ দিয়া, যাতে মই যিমানক পথভ্ৰষ্ট কৰিবলৈ সক্ষম পথভ্ৰষ্ট কৰিব পাৰো। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info