Ibisobanuro bya qoran ntagatifu - Ibisobanuro mu kiassamese * - Ishakiro ry'ibisobanuro

PDF XML CSV Excel API
Please review the Terms and Policies

Ibisobanuro by'amagambo Isura: Alfalaq (Igitondo)   Umurongo:

ছুৰা আল-ফালাক্ব

قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ۟ۙ
কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।
Ibisobanuro by'icyarabu:
مِنْ شَرِّ مَا خَلَقَ ۟ۙ
তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
Ibisobanuro by'icyarabu:
وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ۟ۙ
আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
Ibisobanuro by'icyarabu:
وَمِنْ شَرِّ النَّفّٰثٰتِ فِی الْعُقَدِ ۟ۙ
আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
Ibisobanuro by'icyarabu:
وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ۟۠
আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।
Ibisobanuro by'icyarabu:
 
Ibisobanuro by'amagambo Isura: Alfalaq (Igitondo)
Urutonde rw'amasura numero y'urupapuro
 
Ibisobanuro bya qoran ntagatifu - Ibisobanuro mu kiassamese - Ishakiro ry'ibisobanuro

ibisobanuro bya Quraani Ntagatifu mururimi rwa saamii byasobanuwe na Sheikh Rafiiqi al islamiy habiibu rahmaani mumwaka wa 1438 uhereye kwiyimuka

Gufunga