ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය.

external-link copy
38 : 27

قَالَ یٰۤاَیُّهَا الْمَلَؤُا اَیُّكُمْ یَاْتِیْنِیْ بِعَرْشِهَا قَبْلَ اَنْ یَّاْتُوْنِیْ مُسْلِمِیْنَ ۟

ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্বৰ লোকসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমূখসকল! ৰাণীয়ে আত্মসমৰ্পন কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে তেওঁৰ সিংহাসন লৈ আহিব পাৰিবা? info
التفاسير:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• عزة الإيمان تحصّن المؤمن من التأثر بحطام الدنيا.
ঈমানৰ শক্তিয়ে মুমিনক পাৰ্থিৱ সামগ্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা ৰক্ষা কৰে। info

• الفرح بالماديات والركون إليها صفة من صفات الكفار.
ধন-সম্পদৰ দ্বাৰা আনন্দিত হোৱা তথা সেই পিনে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• يقظة شعور المؤمن تجاه نعم الله.
মুমিন ব্যক্তি আল্লাহৰ নিয়ামতৰ ক্ষেত্ৰত সদায় সচেতন থাকে। info

• اختبار ذكاء الخصم بغية التعامل معه بما يناسبه.
বিৰোধী পক্ষৰ সৈতে উচিত ব্যৱহাৰ কৰিবলৈ তাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লোৱাত বাধা নাই। info

• إبراز التفوق على الخصم للتأثير فيه.
বিৰোধী পক্ষক প্ৰভাৱিত কৰিবলৈ সিহঁতৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰাত অসুবিধা নাই। info