Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar)

external-link copy
11 : 37

فَاسْتَفْتِهِمْ اَهُمْ اَشَدُّ خَلْقًا اَمْ مَّنْ خَلَقْنَا ؕ— اِنَّا خَلَقْنٰهُمْ مِّنْ طِیْنٍ لَّازِبٍ ۟

হে মুহাম্মদ! আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই কাফিৰসকলক আপুনি সোধকচোন, আমি সৃষ্টি কৰা আকাশমণ্ডল, পৃথিৱী আৰু ফিৰিস্তাসকলতকৈ ইহঁত অধিক মজবুত নেকি, তথা ইহঁত অধিক শক্তিশালী আৰু অধিক পুৰঠ তথা মহা অংগ-প্ৰত্যংগৰ অধিকাৰী নেকি? আমি ইহঁতক পিচল মাটিৰে সৃষ্টি কৰিছোঁ। তথাপিও ইহঁতে কিদৰে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰে, অথচ ইহঁত হৈছে দুৰ্বল সৃষ্টি, যিসকলক পিচল মাটিৰে সৃষ্টি কৰা হৈছে? info
التفاسير:
Dobitë e ajeteve të kësaj faqeje:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা। info

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব। info