Përkthimi i kuptimeve të Kuranit Fisnik - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (25) Surja: Suretu Es Saffat
مَا لَكُمْ لَا تَنَاصَرُوْنَ ۟
সিহঁতক ধমক দি কোৱা হ’ব, কি হ’ল তোমালোকৰ, পৃথিৱীত তোমালোকে যিদৰে ইজনে সিজনৰ সহায় কৰিছিলা, আজি কিয় তোমালোকে ইজনে সিজনক সহায় নকৰা? তথা তোমালোকে জানো ভৱা নাছিলা যে, তোমালোকৰ মূৰ্ত্তিবোৰে তোমালোকক সহায় কৰিব?!
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ।

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত।

 
Përkthimi i kuptimeve Ajeti: (25) Surja: Suretu Es Saffat
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Përmbajtja e përkthimeve

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Mbyll