Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (2) அத்தியாயம்: இப்ராஹீம்
اللّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَوَیْلٌ لِّلْكٰفِرِیْنَ مِنْ عَذَابٍ شَدِیْدِ ۟ۙ
তেৱেঁই আল্লাহ, যিজন আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো বস্তুৰ একমাত্ৰ স্বত্বাধিকাৰ। এতেকে কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৃষ্টিজগতৰ কাকো তেওঁৰ অংশীদাৰ স্থাপন কৰা ঠিক নহয়। কাফিৰসকলে অতিশীঘ্ৰে কঠিন শাস্তিৰ সন্মুখীন হ'ব।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• أن المقصد من إنزال القرآن هو الهداية بإخراج الناس من ظلمات الباطل إلى نور الحق.
কোৰআন অৱতীৰ্ণৰ মূল উদ্দেশ্য হৈছে মানুহক অসত্যৰ অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ উলিয়াই আনি হিদায়ত প্ৰদান কৰা।

• إرسال الرسل يكون بلسان أقوامهم ولغتهم؛ لأنه أبلغ في الفهم عنهم، فيكون أدعى للقبول والامتثال.
ৰাছুলসকলক তেওঁলোকৰ নিজ ভাষাত প্ৰেৰণ কৰা হৈছে, যাতে তেওঁলোকৰ কথা সহজেই বুজিব পাৰে। ফলত তেওঁলোকৰ কথা স্বীকাৰ কৰাৰ আৰু পালন কৰাৰ অধিক সম্ভাৱনা থাকে।

• وظيفة الرسل تتلخص في إرشاد الناس وقيادتهم للخروج من الظلمات إلى النور.
ৰাছুলসকলৰ মিচনৰ সাৰাংশ হৈছে, তেওঁলোকে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ অহাৰ বাট দেখুৱায়।

 
மொழிபெயர்ப்பு வசனம்: (2) அத்தியாயம்: இப்ராஹீம்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக