పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం

external-link copy
39 : 11

فَسَوْفَ تَعْلَمُوْنَ ۙ— مَنْ یَّاْتِیْهِ عَذَابٌ یُّخْزِیْهِ وَیَحِلُّ عَلَیْهِ عَذَابٌ مُّقِیْمٌ ۟

অতিশীঘ্ৰেই তোমালোকে জানিব পাৰিবা, পৃথিৱীত কাৰ ওপৰত অপমানজনক আৰু লাঞ্ছনাদায়ক শাস্তি আহিব। আৰু আখিৰাতত তাৰ বাবে থাকিব নিৰবিচ্ছিন্ন চিৰস্থায়ী শাস্তি। info
التفاسير:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• بيان عادة المشركين في الاستهزاء والسخرية بالأنبياء وأتباعهم.
মুশ্বৰিকসকলৰ স্বভাৱৰ বৰ্ণনা যে, সিহঁতে যুগে যুগে নবী আৰু তেওঁৰ অনুসাৰীসকলক বিদ্ৰুপ কৰি আহিছে। info

• بيان سُنَّة الله في الناس وهي أن أكثرهم لا يؤمنون.
মানুহৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়মৰ বৰ্ণনা যে, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। info

• لا ملجأ من الله إلا إليه، ولا عاصم من أمره إلا هو سبحانه.
আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই, আৰু তেওঁৰ আদেশ ব্যতীত কোনো ৰক্ষাকাৰীও নাই। info