పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (72) సూరహ్: సూరహ్ అల్-బఖరహ్
وَاِذْ قَتَلْتُمْ نَفْسًا فَادّٰرَءْتُمْ فِیْهَا ؕ— وَاللّٰهُ مُخْرِجٌ مَّا كُنْتُمْ تَكْتُمُوْنَ ۟ۚ
আৰু সেই সময়ছোৱাক স্মৰণ কৰা যেতিয়া তোমালোকে নিজৰ সম্প্ৰদায়ৰে এজন ব্যক্তিক হত্যা কৰি ইজনে সিজনক দোষাৰোপ কৰিছিলা। প্ৰত্যেকেই নিজকে দোষমুক্ত আৰু আনক অপৰাধী বনোৱাৰ প্ৰয়াস কৰি আছিলা। অৱশেষত পৰস্পৰে কাজিয়াত লিপ্ত হৈছিলা। আনহাতে আল্লাহে সেই নিৰপৰাধ ব্যক্তিৰ হত্যাৰ বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল যিটো তোমালোকে গোপন কৰিব বিচাৰিছিলা।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• أن بعض قلوب العباد أشد قسوة من الحجارة الصلبة؛ فلا تلين لموعظة، ولا تَرِقُّ لذكرى.
কিছুমান বান্দাৰ অন্তৰ শিলতকৈও অধিক কঠোৰ হয়। যিটো নছীহতৰ দ্বাৰাও কোমল নহয় আৰু সদুপদেশৰ দ্বাৰাও প্ৰভাৱিত নহয়।

• أن الدلائل والبينات - وإن عظمت - لا تنفع إن لم يكن القلب مستسلمًا خاشعًا لله.
দলীল-প্ৰমাণ আৰু নিদৰ্শন যিমানেই ডাঙৰ নহওঁক কিয়, হৃদয়ত যদি আল্লাহৰ ওচৰত আত্মসমৰ্পণৰ ইচ্ছা আৰু ভয় নাথাকে তেন্তে কোনো উপকাৰ নহব।

• كشفت الآيات حقيقة ما انطوت عليه أنفس اليهود، حيث توارثوا الرعونة والخداع والتلاعب بالدين.
এই আয়াতসমূহে ইয়াহুদীসকলৰ আভ্যন্তৰীণ বিষয়সমূহ প্ৰকাশ কৰিছে। চক্ৰান্ত, প্ৰতাৰনা আৰু দ্বীনৰ সৈতে ধেমালি এইবোৰ সিহঁতে উত্তৰাধিকাৰী হিচাপে পাইছে।

 
భావార్ధాల అనువాదం వచనం: (72) సూరహ్: సూరహ్ అల్-బఖరహ్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - అనువాదాల విషయసూచిక

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

మూసివేయటం