పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (83) సూరహ్: సూరహ్ అన్-నమల్
وَیَوْمَ نَحْشُرُ مِنْ كُلِّ اُمَّةٍ فَوْجًا مِّمَّنْ یُّكَذِّبُ بِاٰیٰتِنَا فَهُمْ یُوْزَعُوْنَ ۟
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি প্ৰত্যেক উম্মতৰ প্ৰমূখসকলৰ এটা এটা দল একত্ৰিত কৰিম, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেককে প্ৰস্তুত কৰা হ’ব, তাৰ পিছত সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব।

• تزكية النبي صلى الله عليه وسلم بأنه على الحق الواضح.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে এই স্পষ্টীকৰণ যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই।

• دلالة النوم على الموت، والاستيقاظ على البعث.
টোপনিয়ে মৃত্যুক প্ৰমাণ কৰে, আৰু টোপনিৰ পৰা সাৰ পোৱাটোৱে পুনৰুত্থানক প্ৰমাণ কৰে।

 
భావార్ధాల అనువాదం వచనం: (83) సూరహ్: సూరహ్ అన్-నమల్
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - అనువాదాల విషయసూచిక

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

మూసివేయటం